dcsimg

গাহৰি ( Assamesa )

fornecido por wikipedia emerging languages

পোহনীয়া গাহৰি (ইংৰাজী: Domestic pig; Sus scrofa domesticus বা Sus domesticus), হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ (৩৫ৰ পৰা ৭১ ইঞ্চি) পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম (১১০ৰ পৰা ৭৭০ পাউণ্ড) পৰ্যন্ত হয়। খুৰা যুক্ত প্ৰাণীবোৰ সাধাৰণতে তৃণভোজী হয় যদিয়ো ইহঁত ইহঁতৰ বন্য প্ৰজাতিৰ দৰেই সৰ্বভোজী

পোহনীয়া গাহৰিবোৰ, সাধাৰণতে মাংসৰ বাবে পালন কৰা হয়। ইহঁতৰ হাড়, চাল আৰু নোমবোৰো ব্যৱসায়িক উৎপাদ হিচাপে ব্যৱহৃত হয়।

তথ্য সংগ্ৰহ

  1. Colin P. Groves (1995). "On the nomenclature of domestic animals". Bulletin of Zoological Nomenclature খণ্ড 52 (2): 137–141. http://arts.anu.edu.au/grovco/J%20Arch%20Sci.pdf. Biodiversity Heritage Library
licença
cc-by-sa-3.0
direitos autorais
Wikipedia authors and editors
original
visite a fonte
site do parceiro
wikipedia emerging languages

গাহৰি: Brief Summary ( Assamesa )