dcsimg

এশিঙীয়া গঁড় ( Assamese )

provided by wikipedia emerging languages

গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু ৷[2] ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।[3]

দৈহিক গঠন

চাৰিঠেঙীয়া

আচৰণ

স্থিতি তথা সংৰক্ষণ

তথ্য সংগ্ৰহ

  1. Talukdar, B. K.; Emslie, R.; Bist, S. S.; Choudhury, A.; Ellis, S.; Bonal, B. S.; Malakar, M. C.; Talukdar, B. N. et al. (2008). "Rhinoceros unicornis". The IUCN Red List of Threatened Species (IUCN) খণ্ড 2008: e.T19496A8928657. doi:10.2305/IUCN.UK.2008.RLTS.T19496A8928657.en. https://www.iucnredlist.org/species/19496/8928657। আহৰণ কৰা হৈছে: 29 October 2018.
  2. Xobdo.orgত সন্নিবিষ্ট অৰ্থৰ পৰা
  3. Sarma, P.K., Talukdar, B.K., Sarma, K., Barua, M. (2009) Assessment of habitat change and threats to the greater one-horned rhino (Rhinoceros unicornis) in Pabitora Wildlife Sanctuary, Assam, using multi-temporal satellite data. Pachyderm No. 46 July–December 2009: 18–24.

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

এশিঙীয়া গঁড়: Brief Summary ( Assamese )

provided by wikipedia emerging languages

গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু ৷ ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors