dcsimg
Image of bengal coffee
Creatures » » Plants » » Dicotyledons » » Coffee Family »

Bengal Coffee

Coffea benghalensis B. Heyne ex Schult.

অকাজী ফুল ( Assamese )

provided by wikipedia emerging languages

অকাজী ফুল (বৈজ্ঞানিক নাম: Coffea benghalensis) হৈছে Coffea গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইয়াক ভাৰতৰ হাবিত পোৱা যায়।[1] ইয়াৰ অন্য অসমীয়া নামবোৰ হৈছে, ছাগলি ফুল, লেখাৰু আদি। ইংৰাজীত ইয়াক ইণ্ডিয়ান কেবেজ হোৱাইট (Indian cabbage white) বুলি জনা যায়।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

অকাজী ফুল: Brief Summary ( Assamese )

provided by wikipedia emerging languages

অকাজী ফুল (বৈজ্ঞানিক নাম: Coffea benghalensis) হৈছে Coffea গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইয়াক ভাৰতৰ হাবিত পোৱা যায়। ইয়াৰ অন্য অসমীয়া নামবোৰ হৈছে, ছাগলি ফুল, লেখাৰু আদি। ইংৰাজীত ইয়াক ইণ্ডিয়ান কেবেজ হোৱাইট (Indian cabbage white) বুলি জনা যায়।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors