dcsimg
Imagem de Vanzosaura rubricauda (Boulenger 1902)
Life »

Reino Animal

Metazoa

প্ৰাণী ( Assamesa )

fornecido por wikipedia emerging languages

প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে ।

ব্যুৎপত্তি

এনিমেল (Animal) শব্দটো লেটিন এনিমেলিছ (animalis) শব্দৰ পৰা অনা হৈছে, অৰ্থ "having breath" (উশাহ লোৱা) । সাধাৰণতে, দৈনন্দিন ব্যৱহাৰত এই শব্দটোৱে (Animal = জন্তু) মানুহক বাদদি প্ৰাণীজগতৰ বাকী সদস্য সকলক বুজাই । কিন্তু জীৱবিজ্ঞানত এনিমেলে প্ৰাণীজগতৰ সকলো সদস্যকে বুজাই ।

বৈশিষ্টসমুহ

কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰানী সমুহক অন্য জীৱৰ পৰা পৃথক কৰে । প্ৰানীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত বেক্টেৰিয়া আৰু প্ৰটিষ্টাৰ পৰা পৃথক । ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে । কোষবেৰ নাই বাবে ইহঁত উদ্ভিদ, ভেঁকুৰ আৰু শেলাইৰ পৰা পৃথক । সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম) । প্ৰানী সমুহৰ এটা বিশেষ বৈশিষ্ট হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে ।

প্ৰাণীজগতৰ পৰ্বসমুহ

প্ৰাণীজগতক ৩৫টা পৰ্বত ভাগ কৰা হৈছে ।

licença
cc-by-sa-3.0
direitos autorais
Wikipedia authors and editors
original
visite a fonte
site do parceiro
wikipedia emerging languages

প্ৰাণী: Brief Summary ( Assamesa )

fornecido por wikipedia emerging languages

প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে ।

licença
cc-by-sa-3.0
direitos autorais
Wikipedia authors and editors
original
visite a fonte
site do parceiro
wikipedia emerging languages